← ফুৰি যাওক

লক্ষ্য

lakṣya

অৰ্থ

1.

যি বস্ত্ত বা চিনলৈ পোনাই অস্ত্ৰ প্ৰহাৰ কৰা যায়

target; a mark to be shot at

বি.

2.

উদ্দেশ্য; যেনে -"জীবনৰ লক্ষ্য"

aim; purpose

বি.

3.

অনুমান; মনেৰে বুজন; যেনে-"তুমি ভাল লক্ষ্য কৰিছা"

supposition; inference

বি.

4.

মনা বা দেখা কাৰ্য্য; যেনে-"বহু দূৰলৈ লক্ষ্য কৰিব নোবাৰি"

the act of seeing or perceiving

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ