লক্ষণা
lakṣaṇā
অৰ্থ
1.
শব্দবিলাকৰ পোন অৰ্থতকৈ বেলেগ ভাব বুজোবাক লক্ষণা বোলা যায়; যেনে-গঙ্গাবাসী (গঙ্গাতীৰবাসী); সি বাঘ (বাঘৰ দৰে নিষ্ঠুৰ মানুহ); সেই গছেই নৈ (সেই গছৰ গুৰিত নৈ)
a figure of speech
বি.
2.
কৱষ্ণৰ এজনা প্ৰধানা ভাৰ্য্যা; যেনে-"লক্ষণা কুমাৰী আনিলা মুৰাৰি" (গুণমালা)
বি.
3.
দুৰ্যোধনৰ কন্যা; কৱষ্ণয় পুতেক শাম্বৰ ভাৰ্য্যা; যেনে-"লক্ষণা সুন্দৰী আনিলন্ত হৰি" (গুণমালা)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ