← ফুৰি যাওক

লক্ষণ

lakṣaṇa

অৰ্থ

1.

চিন; যাৰ দ্বাৰায় কোনো কাৰ্য্য হ'ব বুলি বুজিব পৰা যায়

a sign or symptom

বি.

2.

মানুহৰ গাভ থকা শুভাশুভ বুজোবা কোনো স্বাভাবিক চিন

a natural mark on the human body indicating good or evil

বি.

3.

স্বভাব; স্বভাব বুজোবা কাৰ্য্য; যেনে-"ঘৰৰ মানুহবিলাকৰ এটাৰো লক্ষণ ভাল নহয়"

character

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লক্ষণ · অসমীয়া অভিধান