লহুলহু
lahulahu
অৰ্থ
1.
লাহে লাহে; ধীৰে ধীৰে; যেনে-"লহু লহু বহে মলয়া বাব" (বৰগীত)
softly; mildly; slowly
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ