← ফুৰি যাওক

ললা বা

lalā, bā

অৰ্থ

1.

কোনো বস্ত্তৰ ওপৰত বা গাতে গা লগাই বগাই যা; লেৰ বা; শুৰ বা; যেনে-"পাণডাল মাটিত ললা বাইছে"

to creep by lying on something

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ললা বা · অসমীয়া অভিধান