← ফুৰি যাওক

লখাই

lakhāi

অৰ্থ

1.

"লখিন্দৰ" চোবঁ।

বি.

2.

লক্ষ্মণ শব্দৰ কোমল ৰূপ; যেনে-"প্ৰণামোহোঁ হেৰা ৰাম আবৰ লখাই" (মা. ক., অযোধ্যাকাণ্ড)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লখাই · অসমীয়া অভিধান