← ফুৰি যাওক

ৰুদ্ধ

ruddha

অৰ্থ

1.

আবদ্ধ; কোয়োফালে বেৰি খোবা

shut up; confined

বিণ.

2.

ব্ৰহ্মাৰ কপালৰপৰা ওপজা এজন দেবতা

বি.

3.

প্ৰলয়ত সৱষ্টি নাশ কৰিবলৈ সদাশিবই ধৰা ঘোৰ মূৰ্ত্তি

the terrible form of Śiva

বি.

4.

শিবৰ গণ; শিবৰ লগত থকা এঘাৰজন উপদেবতা [অজৈকণাদ, অহিব্ৰধ, অপৰাজিত, জয়ন্ত, বহুৰূপ, বিৰুপাক্ষ, ত্ৰ্যশ্বক, সবিত্ৰ, সুবেশ্বৰ, হৰ, শিব]

the eleven attendant demi-gods of Śiva

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰুদ্ধ · অসমীয়া অভিধান