← ফুৰি যাওক

ৰুঠা

ruṭhā

অৰ্থ

1.

শুকান; নীৰস; সোবাদ-হীন (ভাত)

dry; tasteless

বিণ.

2.

কৰ্কশ; টান; মনত অসন্তোষ জন্মোবা (মাত)

harsh

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ