← ফুৰি যাওক

ৰুজীয়া

rujīẏā

অৰ্থ

1.

দৈনিক ৰোজ খোবা; নিতৌ সিধা খোবা (আলহী)

receiving a daily provision of raw food

বিণ.

2.

নিতৌ দিয়া সিধা সম্পৰ্কীয়; ৰোজ স্বৰূপে দিয়া

pertaining to daily provision of raw food

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰুজীয়া · অসমীয়া অভিধান