← ফুৰি যাওক

ৰুচিকৰ

অৰ্থ

1.

ৰুচি জন্মোবা গুণ থকা; ৰুচি বা সোবাদ লগোবা (খাদ্য)

improving or exciting the taste; appetizing

বিণ.

2.

ৰুচিৰ; মনোহৰ; মনত সুখ দিয়া; যেনে-"ৰুচিকৰ কৰ দোহোঁ উৎপল ৰাতা" (বৰগীত)

pleasing; beautiful

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰুচিকৰ · অসমীয়া অভিধান