ৰাজ্
rāj
অৰ্থ
1.
বৰণ লগা; চিত্ৰিত কৰ্; যেনে-"নাও ৰাজিছে"
to paint
সক. ধা.
2.
শোভা কৰ্; যেনে-"নব ঘন জিনি তনু ৰাজে" (বৰগীত)।
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
rāj
বৰণ লগা; চিত্ৰিত কৰ্; যেনে-"নাও ৰাজিছে"
to paint
সক. ধা.
শোভা কৰ্; যেনে-"নব ঘন জিনি তনু ৰাজে" (বৰগীত)।
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ