ৰাগ দি, ৰাগ টান্
rāga, di, rāga, ṭān
অৰ্থ
1.
(বৰগীত আদি গাওঁতে পোনতে) ৰাগৰ স্বৰূপ প্ৰকাশ কৰি সুৰ তোল্; আলাপ কৰ্।
ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ