← ফুৰি যাওক

ৰাগ

rāga

অৰ্থ

1.

অনুৰাগ; আসক্তি; স্পৱহা; ৰাপ

desire; attachment

বি.

2.

গীতৰ জাত বা প্ৰধান সুৰ [ইয়াৰ ছয় প্ৰকাৰ, যেনে-ভৈৰব, মালব, সাৰঙ্গ, বসন্ত, দীপক আৰু মেঘ।]

a mode of music

বি.

3.

খং; ক্ৰোধ

anger

বি.

4.

খং কৰ্

to be angry

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰাগ · অসমীয়া অভিধান