ৰাখ্
rākh
অৰ্থ
1.
ৰক্ষা কৰ্
to save; to protect
সক. ধা.
2.
সঙ্কট বা হানিৰপৰা ৰাখ্; সাবধান ল; চাই থাক্
to protect from danger or injury; to watch
সক. ধা.
3.
কিনি থ
to buy and keep
সক. ধা.
4.
স্হাপন কৰ্; থ; যেনে-"বাকচত ধন ৰাখ্"
to put; to keep
সক. ধা.
5.
গতি বন্ধ কৰ্; স্হগিত কৰ্
to stop
সক. ধা.
6.
নিযুক্ত কৰ্ (চাকৰ)
to engage
সক. ধা.
7.
মান্; পালন কৰ্; যেনে-"সি মোৰ কথা নেৰাখে"
to obey
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ