← ফুৰি যাওক

ৰক্ষা বান্ধ্

অৰ্থ

1.

শৰীৰৰ কোনো ঠাইত মন্ত্ৰ-যুক্ত পানী মাৰি কবচ বান্ধি ভূত-পিশাচৰ ভয়ৰপৰা ৰক্ষা কৰ্; যেনে-"বাৰ অঙ্গে ৰক্ষা বান্ধিলেক বাৰ নামে" (দশম)

to ensure protection by means of incantation or charm

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰক্ষা বান্ধ্ · অসমীয়া অভিধান