← ফুৰি যাওক

ৰণ-জেউতি

raṇa-jeuti

অৰ্থ

1.

যুদ্ধ কৰিবলৈ হোবা উৎসাহ; ৰণ কৰিবলৈ হোবা ব্যগ্ৰতা

enthusiasm or impatience for war

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰণ-জেউতি · অসমীয়া অভিধান