← ফুৰি যাওক

ৰট্

raṭ

অৰ্থ

1.

কাউৰীৰ দৰে মাত

to caw, as a crow

অক. ধা.

2.

শুভাশুভ বুজোবা এক ৰকমৰ শব্দ কৰ্ (কাউৰীয়ে)

to caw ominously, as a crow

অক. ধা.

3.

বক্; অবাবত বহুত কথা ক

to rave; to babble

অক. ধা.

4.

বৰকৈ প্ৰকাশ কৰ্; কৈ ফুৰ্; নিন্দা কৰ্

to babble (ill-repute); to speak ill of

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰট্ · অসমীয়া অভিধান