← ফুৰি যাওক

ৰঞ্জিত

অৰ্থ

1.

ৰং বা বৰণৰ দ্বাৰা শোভিত

painted

বিণ.

2.

আনন্দিত; হৰ্ষিত

delighted; pleased

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ