← ফুৰি যাওক

ৰঞ্জন

অৰ্থ

1.

বৰণ লগাই শোভিত কৰা কাৰ্য্য

the act of painting

বি.

2.

আনন্দ বা সন্তোষ দিয়া কাৰ্য্য

the act of pleasing or delighting

বি.

3.

আনন্দ দিওঁতা

one who gives pleasure

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰঞ্জন · অসমীয়া অভিধান