← ফুৰি যাওক

ৰঞ্জ্

rañj

অৰ্থ

1.

বৰণ লগাই শোভিত কৰ্; চিত্ৰিত কৰ্

to paint

সক. ধা.

2.

আনন্দ লগাই মোহিত কৰ্

to delight; to fascinate

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ