ৰচনা
racanā
অৰ্থ
1.
লিখা কৰ্ম্ম; প্ৰবন্ধ; লিখিত বৰ্ণনা
a literary composition; an essay
বি.
2.
কোনো উৎসবত গছৰ পাত, ফল, ফুল আদিৰে ঘৰ-দুবাৰত লগোবা সাজ
decorations on a festive occasion
বি.
3.
সজা বা স্ৰজন কৰা বস্ত্ত; যেনে-"মায়াৰ ৰচনা পুত্ৰ ভাৰ্য্যা ধন যত" (দশম)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ