← ফুৰি যাওক

ৰঙ্ক

raṅka

অৰ্থ

1.

দুখীয়া; নিঃকিন; যেনে-"পাবলো প্ৰভু বহু পুণ্যে হামো ৰঙ্ক" (ৰু. হ. না.)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰঙ্ক · অসমীয়া অভিধান