← ফুৰি যাওক

ৰঙ্গ

raṅga

অৰ্থ

1.

আনন্দ

joy

বি.

সমাৰ্থক শব্দ

2.

ধেমালি

sport; amusement

বি.

সমাৰ্থক শব্দ

3.

ঢোল, খোল, মৱদং আদি নিয়মিত তালত বজাই থাকোঁতে তাত শুনিবলৈ ভাল কৰিবৰ অৰ্থে মাজে মাজে অলপ সময়ৰ নিমিত্তে বৰ খৰকৈ আন ধৰণৰ তাল বজোবা কাৰ্য্য; জুমুৰি; ৰগৰ। তাচ খেলৰ জিকাৰু বিধ তাচ

the trump card

বি.

সমাৰ্থক শব্দ

4.

আনন্দ; কৌতুক; ৰং-ধেমালি; লীলা; ক্ৰীড়া

delight; pleasure; pastime; play; sport

বি.

5.

ৰং; বৰণ

colour

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰঙ্গ · অসমীয়া অভিধান