← ফুৰি যাওক

আঁত-কৰালী

ām̐ta-karālī

অৰ্থ

1.

এবিধ পেটত খামোচ মাৰি ধৰা ৰোগ

a kind of griping pain in the stomach

বিণ. বি.

2.

(নিন্দাৰ্থত) কৱপণ মানুহ

a miser

বিণ. বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আঁত-কৰালী · অসমীয়া অভিধান