← ফুৰি যাওক

যুবাই

yubāi

অৰ্থ

1.

যোগ্য হয়; যেনে-"হেন কি কৱষ্ণক কন্যা দিবাক যুবাই" (ৰুক্মিণীহৰণ)।

অক. ধা.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যুবাই · অসমীয়া অভিধান