← ফুৰি যাওক

যুবত

yubata

অৰ্থ

1.

ডেকা মানুহ; যেনে-"বেশ দেখি কিমতে প্ৰাণ ধৰে" (মা. ক., অযোধ্যাকাণ্ড) স্ত্ৰী. যুবতী।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যুবত · অসমীয়া অভিধান