← ফুৰি যাওক

যুযুধান

yuyudhāna

অৰ্থ

1.

সাত্যকি; যেনে-"দেখি দশগুণে বল পাইলা যুযুধান" (ৰুক্মিণীহৰণ)

বি.

2.

যোদ্ধা, যুদ্ধৰত বীৰ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যুযুধান · অসমীয়া অভিধান