← ফুৰি যাওক

যুঁজাৰু

অৰ্থ

1.

যি যুঁজ বা যুদ্ধ কৰে

a fighter; a combatant

বি.

2.

যুঁজ কৰা; ৰণ কৰিবলৈ ভাল পোবা

warlike; fond of fighting

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ