যুঁজা
yum̐jā
অৰ্থ
1.
সক. ধা যুঁজ বা ৰণ লগা; মৰামৰি লগা; খুন্দা লগা; জোঁটাপুটি লগা
to cause to fight; wrestle, etc.; to cause one to strike against another
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ