যুঁজ্
yum̐j
অৰ্থ
1.
যুদ্ধ কৰ্; ৰণ কৰ্; পৰস্পৰক প্ৰহাৰ কৰ্; এজনে আনজনক পেলাবলৈ চেষ্টা কৰ্; জোঁটা পুটি কৰ্
to flight; to wrestle; to struggle
অক. ধা.
2.
যুদ্ধ; ৰণ; মৰামৰি; জোঁটাপুটি
mutual fighting or struggling
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ