← ফুৰি যাওক

আঁত

অৰ্থ

1.

মেৰাই থোবা সূতাৰ মূৰ

the end of a skein or ball of thread

বি.

2.

কোনো কথাৰ আগ-গুৰি বা উবাদিহ

a clue

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আঁত · অসমীয়া অভিধান