← ফুৰি যাওক

যাত্ৰী

yātrī

অৰ্থ

1.

যাত্ৰা কৰা মানুহ; ভ্ৰমণ-কাৰী; বিদেশত ফুৰিবলৈ যোবা লোক

a passenger; a traveller

বি.

2.

তীৰ্থলৈ যোবা মানুহ

a pilgrim

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যাত্ৰী · অসমীয়া অভিধান