← ফুৰি যাওক

যাত্ৰা

yātrā

অৰ্থ

1.

চলন; গমন; ভ্ৰমণ; গতি

travel; journey

বি.

2.

কোনো ঠাইলৈ যাবলৈ কৰা উদ্যোগ

the act of commencing a journey

বি.

3.

যুদ্ধ বা তীৰ্থলৈ গমন

movement of troops; pilgrimage

বি.

4.

অভিনয়; ভাওনা

a performance

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যাত্ৰা · অসমীয়া অভিধান