← ফুৰি যাওক

যাঠি-পতীয়া

অৰ্থ

1.

যাঠিৰ আগৰ নিচিনা চেপেটা দীঘলীয়া আৰু জোঙা

resembling the leaf or blade of a lance

বিণ.

2.

দীঘল, ঠেক আৰু আগ জোঙা পাত থকা এবিধ ঘাঁহ

a kind of grass

বি.

3.

আহোম ৰজাৰ দিনৰ এটা কাঁড়ী- খেলৰ নাম।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যাঠি-পতীয়া · অসমীয়া অভিধান