← ফুৰি যাওক

যাঠি

yāṭhi

অৰ্থ

1.

এডাল দীঘল গোটা মাৰিৰ এমূৰে এচটা দীঘলীয়া চেপেটা দুই দাঁতিত ধাৰ থকা জোঙা লো লগোবা আৰু ইমূৰে গোটা জোঙা লোৰ শূল লগোবা এবিধ অস্ত্ৰ; শূল

a spear; a lance

বি.

2.

তেল পেৰা ঘানিত সৰিয়হ চেপা আগ জোঙা কাঠৰ সঁজুলি

the wooden roller in an oil-press

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ