← ফুৰি যাওক

যাজ্ঞিক

yājñika

অৰ্থ

1.

যজ্ঞ কৰা; যজ্ঞত লগোবা

performing a sacrifice; used in a sacrifice

বিণ.

2.

যজ্ঞ কৰা বামুণ

a sacrificial priest

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যাজ্ঞিক · অসমীয়া অভিধান