← ফুৰি যাওক

যাচা-গুৰা

yācā-gurā

অৰ্থ

1.

মৰা বাপেক-মাক কাৰণে ব্ৰত কৰি থকা মানুহক কুটুম্বে যাচি দিয়া কেঁচা পিঠাগুৰি

rice-powder offered to one mourning for a dead father or mother

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যাচা-গুৰা · অসমীয়া অভিধান