← ফুৰি যাওক

যাউতিযুগীয়া

yāutiyugīẏā

অৰ্থ

1.

বহুকাললৈ থকা; যুগমীয়া

very durable

বিণ.

2.

চিৰকলীয়া; বহুকলীয়া

existing for a very long time

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যাউতিযুগীয়া · অসমীয়া অভিধান