← ফুৰি যাওক

আঁঠু পাৰ্, আঁঠু ল

অৰ্থ

1.

আঁঠু দুটা মাটিত পেলাই বহ্; আঁঠু কাঢ়্

to kneel down; to sit on the knees, placed on the ground

2.

বশ মান; পৰাস্ত হ; হাৰ স্বীকাৰ কৰ্

to acknowledge submission or defeat

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আঁঠু পাৰ্, আঁঠু ল · অসমীয়া অভিধান