মোকল
mokala
অৰ্থ
1.
নৰন্ধা; মুকলি হৈ থকা
free; not tied
বিণ.
2.
আবৰণ-শূন্য; ঢাকনি নথকা
open; uncovered
বিণ.
3.
আবৰণ নথকা বা বেৰ নিদিয়া ঠাই
an open place
বি.
4.
গাঁঠি সোলক্; বান্ধ খহ্; মুকলি হ
to be loosened, as a knot; to be free
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ