← ফুৰি যাওক

মেলা

অৰ্থ

1.

মেলা কাৰ্য্য

the act of untying, opening or extending

বি.

সমাৰ্থক শব্দ

2.

অন্যৰ দ্বাৰায় মুকলি কৰা; ঢাকনী গুচা বা বহলা ইত্যাদি

to cause to loose; to open; to extend etc.

সক. ধা.

3.

চেকুৰা; লৰমৰা; দৌৰা

to race; to ride as a horse

সক. ধা.

4.

মেলি মুকলি কৰ্; ফণিয়া; কাঁকৈ- ফণিৰে আঁচুৰি মেল খুবা

to comb, as the hair

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মেলা · অসমীয়া অভিধান