মেল্
mel
অৰ্থ
1.
সোলোকা; মুকলি কৰ্; বান্ধ গুচা
to loose; to unite
সক. ধা.
2.
ঢাকনী গুচা; আবৰণ মুকলি কৰ্
to open
সক. ধা.
3.
আগ বঢ়া; বহলা; মোকলা; বহলাই পাৎ বা ৰাখ্
to extend; to spread out
সক. ধা.
4.
পোহ্; চৰিবলৈ বা খাই ডাঙৰ-দীঘল হ'বলৈ এৰি দি
to let loose for eating food or grazing
সক. ধা.
5.
ফাল্; খৰিৰ কাৰণে বাঁহ বা কাঠ ফাল্
to split, as wood
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ