← ফুৰি যাওক

-মূৰীয়া

-mūrīẏā

অৰ্থ

1.

কোনো পাত্ৰৰ মূৰ, মুখ বা কাণলৈকে ভৰা; পূৰ হৈ বা ভৰি মূৰ বা কাণৰ সমান হোবা; "কাণমূৰীয়া" চোবাঁ; (এটা সংখ্যা-শব্দৰ পাছত থাকে)

filled to the level of the brim; measuring full to the brim of a vessel

বিণ.

2.

মূৰ-যুক্ত; মূৰ থকা (ই কোনো শব্দৰ পাছত যোগ হৈ তেনে মূৰ-যুক্ত বুজায়); যেনে-"দহমূৰীয়া"

with a head

বিণ.

3.

কোনো ঠাইৰ মূৰ বা সীমাত থকা; যেনে-গাওঁ-মূৰীয়া

residing or situated at the boundary of

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

-মূৰীয়া · অসমীয়া অভিধান