← ফুৰি যাওক

মুদ্

mud

অৰ্থ

1.

জপা; বন্ধ কৰ্

to close, as the eyes

সক. ধা.

2.

বন্ধন; ঢাকনি; ভেদ; যেনে-"লোকক কৱপায়ে হৰিঃ শঙ্কৰ স্বৰূপে আসিঃ মুদ ভাঙ্গি সমস্তকে দিলা" (নামঘোষা); মুদ খা, মুদ ষা মুদ্ৰিত হ; জাপ যা (চকু)

to be closed, as the eyes

বি.

3.

বন্ধ হ; মৰ্; নাইকিয়া হ (বাট বা বিন্ধা)

to be closed or shut

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ