← ফুৰি যাওক

মুণ্ডা

muṇḍā

অৰ্থ

1.

খুৰাই পেলা; যেনে-"জটাকো মুণ্ডাওঁ তেবে কৰিয়ো আদেশ" (কীৰ্ত্তন)।

সক. ধা.

2.

মধ্যভাৰতৰ সাঁওতাল পৰগনা আদি কিছুমান ঠাইত বাস কৰা এজাতি 'কোল' শ্ৰেণীৰ মানুহ [এওঁলোকৰ ভালেমানে অসমৰ চাহ-বাগিচাত বনুবা-কাম কৰে।]

a tribe of aborigines of Central Provinces and Santhal Parganas, belonging to the Austric race

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ