মুঠে
muṭhe
অৰ্থ
1.
সমষ্টিত; মুঠত; গোটেই; সকলোবে মিলি; সমূলি
in total; in all; altogether; entirely
ক্ৰি. বিণ.
সমাৰ্থক শব্দ
2.
মাত্ৰ; কেবল; যেনে-"যি কৰাঁ কৰাঁ, মুঠে মোক নেমাৰিবা"
only
অব্য.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ