মুঠিয়া
muṭhiẏā
অৰ্থ
1.
আঁটি আঁটিকৈ বা কোছা-কোছকৈ বান্ধ্
to make bundle of
সক. ধা.
2.
খোৰ বান্ধ্; খুৰিয়া (চুৰিয়া)
to contract into folds, as a cloth
সক. ধা.
3.
খঙেৰে হাতৰ মুঠি দেখুবা; অনিষ্ট কৰিবলৈ ভয় দেখুবা; যেনে-"সি মোৰ হানি কৰিবন্ধৈ মুঠিয়াইছে"
to threaten with doing a mischief
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ