← ফুৰি যাওক

মুঠতে

muṭhate

অৰ্থ

1.

বাহুল্য নকৰাকৈ; সংক্ষেপে; ঠোৰতে; ভাঙিপাতি নোকোবাকৈ

briefly; without giving details

ক্ৰি. বিণ.

2.

সকলোৰে মাজতে; গাইপতি নিদিয়াকৈ

in a lump; on the whole

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ