← ফুৰি যাওক

মুখে মুখে

mukhe, mukhe

অৰ্থ

1.

সমুখত; আগত; সাক্ষাতে

face to face

ক্ৰি. বিণ.

2.

এটাইৰে বা বহুলোকৰ মুখত

in the mouth of many persons

ক্ৰি. বিণ.

3.

মুখলৈকে; মুখেৰে সমান

up to the brim

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ