← ফুৰি যাওক

অটকাল

aṭakāla

অৰ্থ

1.

উমান; গম; সঁহাৰি; শব্দ শুনি কোনো জন্ত্ত বা মানুহ ওচৰলৈ অহাৰ বোধ

a slight notice on conjecture formed from sound etc.

বি.

সমাৰ্থক শব্দ

2.

কোনো চিন বা লক্ষণৰপৰা ভবিষ্যত ঘটনাৰ অনুমান

a guess

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অটকাল · অসমীয়া অভিধান